অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্ত

অৰুণাচলৰ স্থানীয় লোকে ভয়-ভাবুকিৰে চাকৰিত যোগদান কৰিবলৈ যোৱা অসমৰ যুৱক-যুৱতীক খেদি পঠিয়ায়।

পুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্ত

অৰুণাচলত চাকৰিত যোগদানৰ বাধা

অসমীয়া যুৱক-যুৱতীক বাধা অৰুণাচলীৰ

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তত প্ৰতিবাদ

ডিৰাক গেটত পথ অবৰোধ দল সংগঠন

অৰুণাচলৰ স্থানীয় লোকে ভয়-ভাবুকিৰে চাকৰিত যোগদান কৰিবলৈ যোৱা অসমৰ যুৱক-যুৱতীক খেদি পঠিয়ায়। বয় বস্তু এৰি প্ৰাণৰ ভয়ত পলায়ন যু্ৱক-যুৱতী সকলৰ। অৰুণাচলৰ চাংলাং জিলাৰ খুমচাই নামৰ ঠাইত অইল ইণ্ডিয়া লিমিটেডৰ অধীনত অগ্নি নিৰ্বাপক বাহিনীত ১৩ গৰাকীকৈ যুৱক-যুৱতী যোগদান কৰিবলৈ গৈছিল ৷ অৰুণাচল আৰক্ষীয়ে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button