অপৰাধঅসম

নিজ পুত্ৰক কুঠাৰেৰে ঘপিয়ালে পিতৃয়ে

সুৰামত্ত অৱস্থাত পিতৃয়ে ঘপিয়াই হত্যা কৰে পুত্ৰক

⬛ চাঞ্চল্যকৰ ঘটনা

⬛ পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক

⬛ কাজিৰঙাৰ দুৰ্গাপূৰ গাঁওৰ নিবাসী গোবিন্দ বৰাই শুই থকা অৱস্থাত হত্যা কৰে পুত্ৰ হেমন্ত বৰা ওৰফে বাবুক।

⬛ সুৰামত্ত অৱস্থাত পিতৃয়ে ঘপিয়াই হত্যা কৰে পুত্ৰক।

⬛ হত্যাকাৰী পিতৃক ইতিমধ্যে আটক কৰে কঁহৰা আৰক্ষীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − fourteen =

Back to top button