অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজিৰে পৰা বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী, মহানগৰীৰ পাণ্ডুৰ FRUত কাৰ্যসূচীৰ শুভ উদ্বোধন

আজিৰে পৰা বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী

৯ আগষ্টলৈকে মাহজোৰা এই কাৰ্যসূচী ৰাজ্য চৰকাৰৰ

ৰাজ্যজুৰি গ্ৰহণী ৰোগৰ প্ৰতিৰোধৰ শুভ উদ্বোধন

মহানগৰীৰ পাণ্ডুৰ FRUত কাৰ্যসূচীৰ শুভ উদ্বোধন

উদ্বোধন কৰে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই

অংশগ্ৰহণ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ

অনুষ্ঠানত ডায়েৰীয়া ৰোগ প্ৰতিৰোধ সন্দৰ্ভত আলোচনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 15 =

Back to top button