শ্ৰেণীবিহীন

মুখ্যমন্ত্ৰীৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে?

পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

‘ইতিমধ্যে মই ৰে’লমন্ত্ৰীৰ সৈতে কথা পাতিছো’

‘অসমৰ আহতসকলক কৰা হ’ব চিকিৎসাৰ ব্যৱস্থা’

‘গোটেই বিষয়টো মুখ্য সচিবে তদাৰক কৰি আছে’

……………………………………………………

GMCHত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

নিৰ্মাণৰত মহিলা, শিশুৰ হাস্পতাল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

৩৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ চিকিৎসালয়খন

৮ মহলীয়াকৈ নিৰ্মাণ কৰা হৈছে চিকিৎসালয়খন

কেৱল শিশু আৰু মাতৃৰ বাবে নিৰ্মাণ চিকিৎসালয়

…………………………………………………………………..

প্ৰসংগঃ ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ড

হত্যাকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

‘মৃতদেহটো সুনীল গগৈৰ হোৱাৰ সম্ভাৱনা কম’

‘৯০% কনফৰ্ম সুনীল গগৈৰ মৃতদেহ নহয়’

‘কিন্তু মোৰ কথা ১০০% বিশ্বাস কৰিব নালাগে’

‘সুনীল গগৈ আৰু মিস্ত্ৰীজনৰ DNA নমুনা লোৱা হৈছে’

‘মঙল-বুধবাৰৰ ভিতৰত আহি পাব ফৰেনচিক ৰিপ’ৰ্ট’

‘তাৰ পিছতে জল্জল পট্পট হৈ পৰিব সকলো’

…………………………………………………………………….

KAC ৰ অধ্যক্ষ গকুল বৰ্মন সন্দৰ্ভত মন্তব্য CMৰ

‘গকুল বৰ্মনৰ দ্বিতীয় বিবাহ হিন্দু ধৰ্মমতে গ্ৰহণযোগ্য নহয়’

‘তেঁওক আমি পদত্যাগৰ বাবে অনুৰোধ জনাম’

‘পদত্যাগ নকৰিলে ব্যৱস্থা গ্ৰহণ কৰিম’

…………………………………………………………….

লোকসভা নিৰ্বাচনৰ পিছত অসমত উপ নিৰ্বাচন

৫ বিধানসভা সমষ্টিত হ’বনে উপ নিৰ্বাচন?

উপ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

উপ নিৰ্বাচন নহ’বও পাৰে বুলি ইংগিত মুখ্যমন্ত্ৰীৰ

‘নিৰ্বাচনী আয়োগৰ ওপৰত সকলো নিৰ্ভৰ কৰিব’

‘পুৰণি সমষ্টিৰ ভিত্তিত নিৰ্বাচন পাতিব নোৱাৰিবও পাৰে’

সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত জটিলতাৰ ইংগিত

…………………………………………………………………

ৰাজ্যত চলিত বৰ্ষতে পঞ্চায়ত নিৰ্বাচন

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

‘এইবাৰ পঞ্চায়ত নিৰ্বাচন EVM ত নহয় বেলটতে হ’ব’

‘৪/৫ খন জিলাত EVM কৰাৰ বাবে পাইলট প্ৰজেক্ট হ’ব’

‘এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ’ব’

‘তিনি খলপীয়া ব্যৱস্থাৰে অনুষ্ঠিত হ’‍ব পঞ্চায়ত নিৰ্বাচন’

‘আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ নিৰ্বাচন হ’ব দলী‌য় প্ৰতীকত’

‘ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনত নাথাকিব দলীয় প্ৰতীক’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 6 =

Back to top button