GMCHত স্থাপন হ’ব জিন’মিক ছিকুয়েন্সিং লেব’ৰেটৰী
অ’মিক্ৰণ ভাইৰাছৰ লগতে অন্য জটিল ভাইৰাছৰ পৰীক্ষা কৰিব পৰা যাব
এই ক্ষেত্ৰত বিশেষ আগভাগ লৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মন্তই
স্বাস্থ্য বিভাগৰ দল এটাৰ সৈতে যোৰহাটৰ NEIST প্ৰদৰ্শন কৰে কেশৱ মহন্তই
NEISTৰ বিজ্ঞানীসকলৰ সৈতে মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে
বিশেষ লেব’ৰেটৰীটোৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু কাৰিকৰী দিশসমূহৰ আলোচনা
এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব NEISTয়ে


