Socialঅসম

নাৰ্ছিংহোমৰ বিৰুদ্ধে সৰৱ GMC, গুৱাহাটীৰ ৬১খন নাৰ্ছিংহোমলৈ GMCৰ জাননী

 ৭ দিনৰ ভিতৰত নাৰ্ছিংহোমকেইখনৰ গৃহ নিৰ্মাণৰ তথ্য দাখিল কৰাৰ নিৰ্দেশ দিছে GMCয়ে।

মহানগৰীৰ নিয়ম নমনা নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ কৰিলে GMCয়ে। গুৱাহাটীৰ ৬১খন নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ GMC আয়ুক্তৰ।

GMCৰ অভিযোগ অনুসৰি গুৱাহাটীৰ কেইবাখনো নাৰ্ছিংহোমৰ গৃহ নিৰ্মাণত আছে অনিয়ম। ৭ দিনৰ ভিতৰত নাৰ্ছিংহোমকেইখনৰ গৃহ নিৰ্মাণৰ তথ্য দাখিল কৰাৰ নিৰ্দেশ দিছে GMCয়ে।

একাংশ চিকিৎসা প্ৰতিষ্ঠানে GMCৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ GMCৰ। কোনো অনুমতি নথকাকৈ কেইবা মহলীয়া নাৰ্ছিংহোমৰ ভৱন নিৰ্মাণ কৰাৰ বাবেই গুৱাহাটীৰ ৬১ খন নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ কৰিলে GMCৰ আয়ুক্তই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 5 =

Back to top button