Covid-19healthleatest updateSocial
সাৱধান হওক! ভাৰততো বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ
দিল্লীত ২৩জনলৈ বৃদ্ধি ক'ভিডৰ সংক্ৰমণ

ক্ৰমাৎ দেশত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। দেশৰ ১৪ ৰাজ্যত সংক্ৰমিত ৩৫০জন লোক।
![]()
মহাৰাষ্ট্ৰত ৬৪, কৰ্ণাটকত ৩৫, কেৰালাত ৯৫, তামিলনাডুত ৬৬, মুম্বাই ৮, উত্তৰাখণ্ডত ৩, UPত ৩, মুম্বাইত ১০, আহমেদাবাদত ২০, হাৰিয়ানাত ৫, বাংগালুৰুত ৯, গুজৰাটত ৩৩।

ইতিমধ্যে ভাৰতত নতুনকৈ সংক্ৰমিত দুজন লোকৰ মৃত্যু। ৰাজধানী দিল্লীত সংক্ৰমণৰ সংখ্যা ২৩।

দিল্লী প্ৰদেশ চৰকাৰে জাৰি কৰিছে সতৰ্কতা। সকলো চিকিৎসালয়ক সম্পূৰ্ণ ব্যৱস্থা ৰখাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ।

চীন আৰু এছিয়া মহাদেশৰ বিভিন্ন প্ৰান্তত দেখা দিয়া ভেৰিয়েণ্ট ভাৰততো। বিশ্ব স্বাস্থ্য সংস্থায়ো নিৰীক্ষণত ৰাখিছে ক’ৰোনাৰ এই নতুন ভেৰিয়েণ্ট।



