Internationalleatest updatenationalPMo indiapoliticalSocial

কেনে আছে বাংলাদেশৰ পৰিস্থিতি; কোনে ল’ব নতুন চৰকাৰৰ নেতৃত্ব?

বাংলাদেশত হিন্দু, বৌদ্ধ, খ্ৰীষ্টিয়ান সকলৰ ওপৰত চলিছে নিৰ্যাতন।

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত কেনে পৰিস্থিতিত আছে বাংলাদেশ। কোনে ল’ব নতুন চৰকাৰৰ নেতৃত্ব। বৰ্তমান সেনাৰ দায়িত্বত থকা বাংলাদেশত সৃষ্টি হৈছে চৰম অৰাজকতা। বৰ্তামানেও নিয়ন্ত্ৰণ হোৱা নাই বাংলাদেশ। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ তৎপৰতা।

উল্লেখ্য যে, ন’বেল বিজয়ী ডঃ ইউনুছক অন্তঃৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব। নতুন চৰকাৰৰ নেতৃত্ব ল’ব পাৰে মহম্মদইউনুছে! এতিয়া ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লৈছে প্ৰতিবাদকাৰীয়ে। হিন্দু, বৌদ্ধ, খ্ৰীষ্টিয়ান সকলৰ ওপৰত চলিছে নিৰ্যাতন। আৱামী লীগৰ নেতা-কৰ্মীৰ ওপৰতো চলিছে নিৰ্যাতন। বৰ্তমানলৈ নিশ্চিত হোৱা নাই হাছিনাৰ নতুন ঠিকনা। বাংলাদেশক লৈ সংসদত বিবৃতি এছ জয়শংকৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 5 =

Back to top button