ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত দৈনিক বৃদ্ধি ক’ভিডৰ সংক্ৰমণ।
শনিবাৰৰ দিনটোত ৩,৩৯০ জনৰ দেহত ধৰা পৰিছে ভাইৰাছ। শনিবাৰৰ দিনটোত সম্পন্ন হৈছে ৩৪,৩৫৫টা টেষ্ট।
Summary of 15/01/2022
Today’s Total 3390
Overall Positivity Percentage (3390 cases out of 34,355 test done = 9.87%)
Kamrup(M) 919
Death 4
Recovery Rate 96.07%
— Keshab Mahanta (@keshab_mahanta) January 15, 2022
আনহাতে কামৰূপ(ম)ত ৯১৯জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে ৪ জন লোকে। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে ৯৬.০৭%।


