অসমদৈনিক বাতৰি

ধেমাজিৰ গোগামুখত জব্দ অবৈধ মাৰণাস্ত্ৰ, যাত্ৰীবাহী বাছৰ পৰা জব্দ মাৰণাস্ত্ৰ

ধেমাজিৰ গোগামুখত জব্দ অবৈধ মাৰণাস্ত্ৰ, যাত্ৰীবাহী বাছৰ পৰা জব্দ মাৰণাস্ত্ৰ

ধেমাজিৰ গোগামুখত জব্দ অবৈধ মাৰণাস্ত্ৰ

যাত্ৰীবাহী বাছৰ পৰা জব্দ মাৰণাস্ত্ৰ

মাৰণাস্ত্ৰসহ অৰুণাচলৰ পৰা অসমত প্ৰৱেশ এজন যুৱকৰ

আমিনুল ইছলাম নামৰ যুৱকজনৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ

আমিনুল ইছলামৰ পৰা উদ্ধাৰ SBBL ১২ ভল্টৰ ৰাইফল

ঘটনা সন্দৰ্ভত আমিনুলক সোধা-পোছা আৰক্ষীৰ

ঘটনাক কেন্দ্ৰ কৰি গোগামুখত তীব্ৰ চাঞ্চল্য

আমিনুল ইছলাম নামৰ লোকজনে অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ As-22C-7800 নম্বৰৰ ত্ৰিনয়ন  নামৰ বাছখনৰে আহি গোগামুখত অন্য এখন যাত্ৰীবাহী গাড়ীত উঠিবলৈ লওঁতে কাপোৰেৰে মেৰিয়াই অনা ৰাইফলটো  প্ৰত্যক্ষ কৰে স্থানীয়ই।  লগে লগে স্থানীয়ই আৰক্ষীক খবৰ দিয়াত গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত আটক কৰিবলৈ সক্ষম হয় ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − three =

Back to top button