Educationleatest updateঅসমদৈনিক বাতৰি

অথলে গ’ল ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ আৰু দাবী।

অপ্ৰাদেশীকৃত বিদ্যালয়ত বন্ধ কৰা হ’ব মধ্যাহ্ন ভোজন আঁচনিও

অথলে গ’ল ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ আৰু দাবী। অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ কৰা নহয় বুলি ঘোষণা ৰাজ্যৰ শিক্ষা বিভাগৰ। অপ্ৰাদেশীকৃত বিদ্যালয়ত বন্ধ কৰা হ’ব মধ্যাহ্ন ভোজন আঁচনিও। শিক্ষা বিভাগে এই কথা ঘোষণা কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 18 =

Back to top button