কৰ‘ণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজত বিহাৰৰ প্ৰথম গৰাকী মহিলা DSP হোৱাৰ যোগ্যতা অৰ্জন কৰে এগৰাকী ইছলাম ধৰ্মী যুৱতীয়ে৷
ৰেজিয়া চুলতানা নামৰ মুছলিম যুৱতী গৰাকীয়ে সদ্য ঘোষিত বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত বিহাৰ আৰক্ষী সেৱা বিষয়া অথাৎ DSP হিচাপে নিৰ্বাচিত হয়৷
ৰেজিয়াৰ এই সফলতাত পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে৷