অপৰাধঅসমআঞ্চলিক

জীৱন-মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ধেমাজীৰ জীয়ৰী নন্দিতাৰ সপোন

বৰ্বৰতাৰ বলি হৈ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছিল ধেমাজিৰ নন্দিতা শইকীয়া। ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা।

কিছুদিন পূৰ্বে ধেমাজীৰ ASTC বাছ আস্থানৰ সন্মুখত মৰিঢল কলেজৰ গ্ৰন্থাগাৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলাইছিল নন্দিতা শইকীয়া আৰু কাশ্মীৰা দত্তক।

বিগত কিছুদিন ধৰি ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ ICUত ক’মাত থকা যুৱতীগৰাকীয়ে বুধবাৰে হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 1 =

Check Also
Close
Back to top button