টি-২০ এদিনীয়াৰ ক্ৰিকেটৰ পিছত ভাৰতৰ টেষ্ট দলৰ অধিনায়কত্বৰ পৰাও পদত্যাগ কৰিছে বিৰাট কোহলীয়ে৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটো ২-১ গ’লত পৰাজিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে বিৰাটে অধিনায়কত্ব ত্যাগ কৰাৰ ইংগিত দিয়ে তাৰ অলপ সময়ৰ পাছতে বিচিচিআয়ে বিৰাট কোহলিয়ে অধিনায়কত্ব ত্যাগ কৰাটো নিশ্চিত কৰে৷
— Virat Kohli (@imVkohli) January 15, 2022
