অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

চানমাৰি আৰক্ষীৰ জালত ৩টাকৈ গভাইত চোৰ, শিলপুখুৰীৰ এটা বাসগৃহত সোমাই চোৰে চলালে লুটপাত

চানমাৰি আৰক্ষীৰ জালত ৩টাকৈ গভাইত চোৰ

শিলপুখুৰীৰ এটা বাসগৃহত চলাইছিল লুটপাত

CCTVত বন্দী হৈছিল চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য

গান্ধীবস্তিত অভিযান চলাই গ্ৰেপ্তাৰ চোৰৰ দলটোক

আৰক্ষীৰ জালত চিত্ৰ দাস, ইণ্টু বড়ো, ৰাজা দাস

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − five =

Back to top button