অসমগুৱাহাটীদৈনিক বাতৰিপ্ৰযুক্তিবিশ্বভাৰত

ৰাছিয়াৰ অভিলাষী চন্দ্ৰ অভিযান লুনা-২৫ বিফল

মহাশক্তিধৰ ৰাছিয়াৰ মহাকাশ অভিযান বিফল

চন্দ্ৰপৃষ্ঠ নাপালেগৈ LUNA-25

কক্ষপথ সলনিৰ সময়তে কাৰিকৰী বিজুতি

১০ আগষ্টত উৎক্ষেপণ কৰিছিল LUNA-25

২১ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ নিৰ্ধাৰিত দিন আছিল

এই প্ৰকল্পত ৰাছিয়াই ব্যয় কৰিছিল ২ মিলিয়ন মাৰ্কিন ডলাৰ

চন্দ্ৰপৃষ্ঠৰ নিচেই কাষলৈ গতি ভাৰতৰ চন্দ্ৰযান-3ৰ

অৱতৰণৰ বাবে হ্ৰাস কৰা হৈছে গতিবেগ

সফলতাৰে সম্পন্ন চন্দ্ৰযান-3ৰ দ্বিতীয় পৰ্যায়

২৩ আগষ্টৰ বিয়লি অৱতৰণ কৰিব জোনবাইৰ বুকুত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 3 =

Back to top button