অপৰাধঅসম

ভূমিৰ বাবেই ককায়েকে প্ৰাণ ল’লে ভায়েকৰ

আব্দুল খালেকে প্ৰাণ ল'লে আব্দুল মালেকৰ

ধিঙৰ লালিপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। ভূমিৰ বাবেই ককায়েকে প্ৰাণ ল’লে ভায়েকৰ।

নিহত লোক জনৰ নাম আব্দুল মালেক বুলি জানিব পৰা গৈছে।

ককায়েক আব্দুল খালেক আৰু তেওঁৰ পৰিয়ালে মাৰ-পিট কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল খালেক।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও হত্যাকাৰী আব্দুল খালেক আৰু তেওঁৰ পৰিয়াল সম্প্ৰতি পলাতক।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 5 =

Back to top button