Assamassam policeCity newsleatest update

জঘন্য়; নিচাযুক্ত দ্ৰৱ্য খুৱাই ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ

বিগত ৬ মাহে ধৰ্ষণৰ বলি কিশোৰীগৰাকী

মহানগৰীৰ দক্ষিণ গাঁৱত জঘন্য ঘটনা

১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ

বিগত ৬ মাহে ধৰ্ষণৰ বলি কিশোৰীগৰাকী

নিচাযুক্ত দ্ৰৱ্য খুৱাই কৰিছিল ধৰ্ষণ

আব্দুল হামিদৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

পৰিয়ালক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতনৰ অভিযোগ

প্ৰেমৰ জালত পেলাই যৌন নিৰ্যাতন কিশোৰগৰাকীক

লম্পট যুৱকজনৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ

ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ

ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button