অসমৰাজনৈতিক

নিঃশ্চিহ্ন হোৱাৰ দিশে ৰাজ্যৰ প্ৰধান বিৰোধী দল!

কংগ্ৰেছ এৰিবলৈ সাজু ৫ বিধায়ক

◾নিঃশ্চিহ্ন হোৱাৰ দিশে ৰাজ্যৰ প্ৰধান বিৰোধী দল

◾কংগ্ৰেছ এৰিবলৈ সাজু ৫ বিধায়ক

◾বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদৰ অগপত যোগদানৰ প্ৰক্ৰিয়া চূড়ান্ত

◾অগপত যোগদান কৰিব কংগ্ৰেছ বিধায়িকা নন্দিতা দাস

◾ৰকিবুল হুছেইন চামগুৰিৰ কংগ্ৰেছ বিধায়ক

◾ৰেকিবুদ্দিন আহমেদ ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক

◾নন্দিতা দাস বকোৰ কংগ্ৰেছ বিধায়ক

◾বিধায়ক শশীকান্ত দাস, ভাস্কৰ বৰুৱা বিজেপিত যোগদান নিশ্চিত

◾শশীকান্ত দাস ৰহাৰ কংগ্ৰেছ বিধায়ক

◾ভাস্কৰ বৰুৱা তিতাবৰৰ কংগ্ৰেছ বিধায়ক

◾কংগ্ৰেছক নিঃশ্চিহ্ন কৰিবলৈ বিজেপিৰ ব্লুপ্ৰিণ্ট

◾এইবাৰ বিজেপিৰ টাৰ্গেট সংখ্যালঘুৰ ভোট

◾কংগ্ৰেছৰ সংখ্যালঘু বিধায়কক যোগদান কৰাব সহযোগী অগপ দলত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 7 =

Back to top button