Socialখেল

বিশ্বকাপৰ লগতে ইনষ্টাগ্ৰামতো ইতিহাস ৰচিলে মেছীয়ে!

'লিঅ' মেছিৰ বিশ্বকাপ পোষ্ট এতিয়া ইনষ্টাগ্ৰামত ইতিহাসত আটাইতকৈ অধিক লাইক পোৱা ফ'টো।'

কাটাৰ বিশ্বকাপ জয়ী হোৱাৰ পিছৰে পৰা মেছীৰ ন’ ন’ তথ্য সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইনষ্টাগ্ৰামত  মেছিৰ বিশ্বকাপ পোষ্ট সমুহে এতিয়ালৈকে আটাইতকৈ অধিক লাইক লাভ কৰিছে। শেষতীয়াকৈ সামাজিক মাধ্যমত ব্যপক হাৰত ভাইৰেল হৈছে মেছিৰ বিশ্বকাপ ট্ৰফীৰ সৈতে দিয়া ফ’টো। বৰ্তমানলৈকে ফটোখনে মুঠ 68,573,093 লাইক লাভ কৰিছে আৰু যিয়ে এক অভিলেখ সৃষ্টি কৰিছে।

Lionel Messi News: Lionel Messi gets emotional as he leads Argentina to 2022 FIFA World Cup victory, says 'dreamed about it so much that still can't believe it' - The Economic Times

জুকাৰবাৰ্গে নিজৰ পোষ্টত লিখিছেঃ লিঅ’ মেছিৰ বিশ্বকাপ পোষ্ট এতিয়া ইনষ্টাগ্ৰামত ইতিহাসত আটাইতকৈ অধিক লাইক পোৱা ফ’টো। ইয়াৰোপৰি মেছিয়ে ইনষ্টাগ্ৰামত বিশ্বকাপ সফলতাৰ চমু ফ’টো ভিডিঅ শ্বেয়াৰ কৰিছিল য’ত এতিয়ালৈকে ১৫ কোটি লাইক লাভ কৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + fourteen =

Back to top button