International
‘ইজৰাইলে মোক হ*ত্যা কৰি মোৰ কণ্ঠ ৰোধ কৰাত সফল হৈছে’
মৃত্যুৰ পূৰ্বে বিশ্ববাসীক কি বাৰ্তা দিলে সাংবাদিক শ্বৰীফে।

মৃত্যুৰ বিভীষিকা কমা নাই গাজাত। চলিয়েই আছে ইজৰাইলত আক্ৰমণ। ইজৰাইলৰ পৰা বাছি যোৱা নাই সাংবাদিকৰো জীৱন।
ইজৰাইলৰ বোমা আক্ৰমণত এই পৰ্যন্ত নিহত ৫ জন সাংবাদিক। ইজৰাইলৰ বোমা বিস্ফোৰণত আল জাজিৰাৰ ৫ জন সাংবাদিকৰ মৃত্যুত বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি।
আল জাজিৰাৰ বিখ্যাত সাংবাদিক আনাছ আল শ্বৰীফৰ মৃত্যুত বিশ্বজুৰি জোকাৰণি। ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা শ্বৰীফৰ মৃত্যুৰ পূৰ্বৰ এটা সামাজিক মাধ্যমৰ প’ষ্টে জোকাৰিছে বিশ্ব।

মৃত্যুৰ পূৰ্বে বিশ্ববাসীক কি বাৰ্তা দিলে সাংবাদিক শ্বৰীফে।



