Social Networkৰাজনৈতিক

টুইটাৰে বন্ধ কৰিছে কংগ্ৰেছৰ একাউন্ট?

জাঙুৰ খাই উঠিছে এতিয়া কংগ্ৰেছ

কংগ্ৰেছে দাবী কৰিছে যে টুইটাৰে কংগ্ৰেছৰ বিশিষ্ট নেতাৰ লগতে দলৰ বহু নেতাৰ কমেও ৫০০০ টুইটাৰ একাউন্ট বন্ধ কৰি দিছে।

কংগ্ৰেছৰ মতে, কংগ্ৰেছৰ মহাসচিহ ৰণদ্বীপ সুজৰেবাল, কেশী বেনুগোপালৰ লগতে আন বহু কংগ্ৰেছ নেতাৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিয়া হৈছে। তাৰোপৰি পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং,মহিলা কংগ্ৰেছ অধ্যক্ষ সুশ্মিতা দেৱৰো টুইটাৰ একাউন্ট বন্ধ কৰি দিয়া হৈছে।

ইয়াক লৈ জাঙুৰ খাই উঠিছে এতিয়া কংগ্ৰেছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 10 =

Back to top button