leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

অম্বুবাচী মহাযোগক লৈ অম্বুবাচী পৰিচালনা সমিতিৰ সংবাদমেল

২৬ আৰু ২৭ জুনত ৫০১ টকা বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব

অম্বুবাচী মহাযোগক লৈ অম্বুবাচী পৰিচালনা সমিতিৰ সংবাদমেল
২২-২৬ জুনলৈ কামাখ্যাত অম্বুবাচী মহাযোগৰ পৱিত্ৰ পৰ্ব
প্ৰবৃত্তি ২২ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত
২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ
২৬ জুনত দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ
২৬ আৰু ২৭ জুনত ৫০১ টকা বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব
নিশা ৯ বজাৰ পিছত কামাখ্যাত ভক্তৰ প্ৰৱেশত নিষেধাজ্ঞা
মাদক দ্ৰব্য সেৱন কৰি দেৱালয়ত প্ৰৱেশ নকৰিবলৈ আহ্বান
২৪ ঘণ্টাই অত্যাৱশ্যকীয় সেৱা পৰ্যাপ্ত পৰিমাণে ৰাখিবলৈ প্ৰশাসনক অনুৰোধ
তীৰ্থযাত্ৰীক জোতা চেণ্ডল পিন্ধি নাহিবলৈ আহ্বান
নৰবলিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া কামাখ্যাৰ দলৈৰ
একাংশ সাধু-অঘৰীয়ে অম্বুবাচীৰ সুযোগ লৈ অনৈতিক কাৰ্যত লিপ্ত হয়
এনেধৰণৰ সাধু-অঘৰীৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.