Assamassam policeCity newsRegionalSocialSocial Networkঅসমগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

ৰঙালী বিহুৰ আৰম্ভণিৰ দিনটোতে কংগ্ৰেছত মোক্ষম আঘাত

শতাধিক কংগ্ৰেছী বিজেপিত যোগদানৰ বাবে সাজু

ৰঙালী বিহুৰ আৰম্ভণিৰ দিনটোতে কংগ্ৰেছত মোক্ষম আঘাত
শতাধিক কংগ্ৰেছী বিজেপিত যোগদানৰ বাবে সাজু
সন্ধিয়া বাজপেয়ী ভৱনত যোগদান কৰিব বিভিন্ন প্ৰান্তৰ নেতাই
‘প্ৰথম খবৰ’ৰ হাতত EXCLUSIVE তথ্য

বিজেপিত যোগদান কৰিব বিহালীৰ কংগ্ৰেছ নেতা ৰূপক শৰ্মাই
অধিবক্তা মৃদুল মালাকাৰেও যোগ দিব বিজেপিত
TMCৰ জাহিবুৰ ৰহমানেও যোগদান কৰিব বিজেপিত

মহানগৰ জিলা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে যোগ দিব বিজেপিত
ৰতন বড়োৰ নেতৃত্বত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 18 =

Back to top button