AssamHimanta Biswa SarmaViral

দুৰ্ঘটনাত পতিত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়

গামোচা পিন্ধাবলৈ ৰৈ হঠাতে গতি মন্থৰ হয় মুখ্যমন্ত্ৰীৰ বাহনৰ

দুৰ্ঘটনাত পতিত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়

মুখ্যমন্ত্ৰীৰ ওদালগুৰি ভ্ৰমণৰ সময়তে সংঘটিত এই ঘটনা।যাত্ৰাপথত আদবাটতে ৰাখিছিল মুখ্যমন্ত্ৰীৰ বাহন।
কৌতুক শিল্পী বুলবুল হুছেইনক দেখি ৰাখিছিল বাহন।মুখ্যমন্ত্ৰীক গামোচা পিন্ধাবলৈ ৰৈ আছিল বুলবুল হুছেইন।হুছেইনক ৰৈ থকা দেখি হঠাতে গতি মন্থৰ হয় মুখ্যমন্ত্ৰীৰ বাহনৰ তেনে সময়তে কনভয়ৰ দুখন বাহনৰ মাজত লাগে খুন্দা।দুৰ্ঘটনাত এখন VIP বাহনৰ সন্মুখ ভাগত বিস্তৰ ক্ষতি।দুৰ্ঘটনাত ক্ষয়-ক্ষয়ি হোৱা নাই কোনো যাত্ৰীৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button