দিল্লীক সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ক্ষনিকতে খহি পৰিল এটা সুউচ্চ অট্টালিকা।
উত্তৰ দিল্লীৰ চবজি মাণ্ডি অঞ্চলত এটা তিনিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত শিশুসহ কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে।
দুৰ্ঘটনাটোৰ পাছতে ততাতয়াকৈ ঘটনাস্থলীলৈ পাঁচখন অগ্নি নিৰ্বাপক বাহন প্ৰেৰণ কৰা হয় যদিও এতিয়াও চলি আছে উদ্ধাৰ অভিযান।
এতিয়ালৈকে এজন বৃদ্ধ লোকক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও ভৱনটোত থকা ৪, ৫জন লোক এতিয়াও ধ্বংসাবশেষৰ তলত সমাধিস্থ হৈ আছে বুলি সন্দেহ কৰা হৈছে আৰু উদ্ধাৰ প্ৰচেষ্টা চলি আছে।
অট্টালিকাটো বাগৰি পৰোতে কাষেৰে পাৰ হৈ যোৱা দুটা শিশুও ধ্বংসাবশেষৰ তলত সমাধিস্থ হয়। লগতে বাগৰি পৰা অট্টালিকাটোত এখন গাড়ীয়েও খুন্দা মাৰে।
পুৱা প্ৰায় ১১.৫০ মান বজাত চাবজি মাণ্ডি অঞ্চলত অট্টালিকাটো খহি পৰিছিল বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলে কয় যে, অট্টালিকাটো বাগৰি পৰোতে ওচৰৰ কেইবাটাও ঘৰ কঁপি উঠে আৰু ব্যাহত হৈ পৰে অঞ্চলটোৰ বিদ্যুত সংযোগ।
Read Next
দিল্লী
জানুৱাৰী 26, 2025
আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস
Assam
জুলাই 23, 2024
আজি মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট…
Assam
জুলাই 12, 2024
অৰবিন্দ কেজৰিৱাললৈ উচ্চতম ন্যায়ালয়ৰ সাময়িক সকাহ…
জুলাই 22, 2024
আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন, ২৩ জুলাইত সংসদত দাখিল হ’ব বিত্ত বৰ্ষ ২০২৪-২৫ বৰ্ষৰ বাজেট
জুলাই 12, 2024
অৰবিন্দ কেজৰিৱাললৈ উচ্চতম ন্যায়ালয়ৰ সাময়িক সকাহ…
জুলাই 9, 2024
কিমান সুৰক্ষিত মহিলা-যুৱতীসকল? শাৰীৰিক সম্পৰ্কৰ বাবেই নাক কাটিলে মহিলা-যুৱতীৰ… ক’ত সংঘটিত হৈছে এই ঘটনা?
জুলাই 2, 2024
ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ, বানৰ কৱলত ১৯ জিলাৰ ৬ লক্ষাধিক লোক……
জুন 28, 2024
বিশ্বনাথৰ দিৰিং নৈত সন্ধানহীন এজন যুৱক, এতিয়ালৈ SDRF বাহিনী উপস্থিত হোৱা নাই……
জানুৱাৰী 26, 2025
আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস
অক্টোবৰ 17, 2024
আইন অন্ধ নহয়! এতিয়াৰে পৰা আইনৰ চকু হ’ব খোলা…. সলনি ‘লেডী অব জাষ্টিচ’
আগষ্ট 13, 2024
৭৮সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এটা দিন…. কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা?
জুলাই 23, 2024
মোদী 3.0 চৰকাৰৰ কেন্দ্ৰীয় বাজেট দাখিল, বিত্তবৰ্ষ ২০২৪-২৫ৰ বাবে দাখিল কেন্দ্ৰীয় বাজেট…