শ্ৰেণীবিহীন

জ্বলিছে বাংলাদেশ! চৰকাৰী চাকৰিত আৰক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ শিক্ষাৰ্থীৰ।

প্ৰতিবাদকাৰীক SHOOT & SIGHTৰ অৰ্ডাৰ প্ৰশাসনৰ।

সংৰক্ষণ ব্যৱস্থাৰ বাবে জ্বলিছে বাংলাদেশ। আজিও জ্বলি আছে বাংলাদেশ। চৰকাৰী চাকৰিত আৰক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ শিক্ষাৰ্থীৰ। প্ৰতিবাদী ছাত্ৰ-নিৰাপত্তাৰক্ষীৰ মাজত হিংসাত্মক আক্ৰমণ। প্ৰতিবাদকাৰীক SHOOT & SIGHTৰ অৰ্ডাৰ প্ৰশাসনৰ। নিহত প্ৰতিবাদকাৰীৰ সংখ্যা ১৩৩জনলৈ বৃদ্ধি। প্ৰতিবাদত আহত ৩ হাজাৰতকৈও অধিক লোকৰ।

দেওবাৰে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। ৯৩% চৰকাৰী চাকৰিত নাথাকিব কোনোধৰণৰ সংৰক্ষণ মেধাৰ ভিত্তিত পাব চৰকাৰী চাকৰি। বাংলাদেশৰ এক নিম্ন আদালতে সংৰক্ষণৰ ওপৰত দিছিল ৰায়দান। নিম্ন আদালতৰ সকলো ৰায়দানক খাৰিজ উচ্চতম ন্যায়ালয়ৰ।

বৃহস্পতিবাৰৰ পৰা দেশখনত কৰ্তন হৈ আছে ইণ্টাৰনেট সেৱা। দেশখনৰ ভিন্ন স্থানত জাৰি হৈ আছে সান্ধ্য আইন। বাংলাদেশৰ ঘটনাক লৈ সতৰ্কতা জাৰি ভাৰতীয় দুতাবাসৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 6 =

Back to top button