AssamEntertainmentleatest update

আহি আছে ৰাঘৱ; ‘ৰাঘৱ’ৰ প্ৰচাৰত ব্যস্ত ছবিখনৰ কলা-কুশলীৰ লগতে JB প্ৰডাকচন

মুকলি হয় ছবিখনৰ অন্যতম জনপ্ৰিয় শীৰ্ষক গীত ‘মা অ’ মা’...

২৭ অক্টোবৰত  অসমীয়া ছবি জগতলৈ আহিব যতীন বৰা পৰিচালনা কৰা নতুন ছবি ‘ৰাঘৱ’। ‘ৰাঘৱ’ৰ প্ৰচাৰত ব্যস্ত ছবিখনৰ কলা-কুশলীৰ লগতে JB প্ৰডাকচন। ছবিখনৰ অন্যতম জনপ্ৰিয় গীত ‘মা অ’ মা’ শীৰ্ষক গীতটিৰ আজি ভিডিঅ’ মুকলি কৰে কলা–কুশলীসকলে।

বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমত মুকলি কৰা হয় গীতটিৰ ভিডিঅ’। মুকলি অনুষ্ঠানত উপস্থিত থাকে যতীন বৰা, মৃদুলা বৰুৱা, নিশিতা গোস্বামীকে আদি কৰি চিনেমাখনৰ কলা–কুশলীসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button