leatest updatenationalPMo indiapoliticalSocial

তিহাৰ কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

কেজৰিৱালৰ জামিন নাকচ দিল্লী উচ্চ ন্যায়ালৰ

তিহাৰ কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰা কেজৰিৱালৰ জামিন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তদন্তকাৰী ED।

২০ জুনত ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰিছিল অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন। ইফালে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে কেজৰিৱালৰ অধিবক্তাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − two =

Back to top button