ক'ভিডত আক্ৰান্ত হ'ল জনসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা বৃহস্পতিবাৰে সন্ধিয়া পজিটিভ পোৱা গৈছে মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰৰ পৰা Home Isolationত আছে মন্ত্ৰীগৰাকী বৰ্তমান GMCHলৈ অনা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাক