AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

উচ্চতম ন্যায়ালয়ত CAA বিধিৰ স্থগিতাদেশৰ শুনানি….

উচ্চতম ন্যায়ালয়ত CAA বিধিৰ স্থগিতাদেশৰ শুনানি

CAAৰ পৰৱৰ্তী শুনানি হ’ব ৯ এপ্ৰিলত

শপতনামা দাখিলৰ বাবে সময় বিচাৰিলে কেন্দ্ৰই

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত এই শুনানি

বিভিন্ন পক্ষই দাখিল কৰা আবেদনৰ ভিত্তিত হৈছিল শুনানি

এই পৰ্যন্ত ২৩৭ খন আবেদন দাখিল ন্যায়ালয়ত

CAA বিধিৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান দল-সংগঠনৰ

তিনি জনীয়া বিচাৰপীঠত অনুষ্ঠিত এই শুনানি

উল্লেখ্য যে, ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ২০০ ৰো অধিক লেখ আবেদন দাখিল হৈ আছে। দীৰ্ঘদিন ধৰি বিষয়টোক লৈ শুনানি গ্ৰহণ কৰা হোৱা নাছিল। ইতিমধ্যে আছু, NESO আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই বাহৰ পাতিছে দিল্লীত। প্ৰায় ২ শতাধিক দল-সংগঠনৰ নেতাই ভিৰ কৰিছে নতুন দিল্লীত। ইফালে কেৰেলা চৰকাৰে ‘কা’ বিধি বলৱৎ কৰিবলৈ দিয়া নহয় বুলি স্থিতি স্পষ্ট কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আন এখন আবেদন।

 

 

 

 

 

 

 

 

 

 

 

 

 

Photo Courtesy : Source 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 4 =

Back to top button