অপৰাধঅসম

মাত্ৰ ১০ টকাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা মহিলাক

১০ টকাৰ বাবে তৰ্কত লিপ্ত হত্যাকাৰী আৰু মহিলাগৰাকী। হত্যাকাৰী বিজয় নায়কে অবৈধ চুলাই মদৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

মাত্ৰ ১০ টকাৰ বাবেই সোণাৰিত সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড।

সোণাৰিৰ চফ্ৰাই হাতীপুতা গাঁৱত দেওবাৰে সংঘটিত হৈছে এই হত্যাকাণ্ড। ১০ টকাৰ বাবেই  বিজয় নায়ক নামৰ যুৱৰজনে বাঁহৰ টাঙোনেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে এগৰাকী ৬০ বছৰীয়া মহিলাক। ঘটনাটো নিহত হোৱা মহিলা গৰাকী নাম অনিতা কোঁৱৰ।

১০ টকাৰ বাবে তৰ্কত লিপ্ত হত্যাকাৰী আৰু মহিলাগৰাকী। হত্যাকাৰী বিজয় নায়কে অবৈধ চুলাই মদৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰি গতালে আৰক্ষীক।

নিহত মহিলা গৰাকীৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 12 =

Back to top button