বলীউডৰ বাবে এক অপুৰণীয় ক্ষতি। প্ৰবীণ অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত চিৰবিদায় লয় বৰ্ষীয়ান অভিনেতাগৰাকীয়ে।
বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ বুধবাৰে মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ ভুগি আছিল। আজি পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৯৮ বছৰীয়া অভিনেতাগৰাকীয়ে।
কিছুদিনৰ পৰা স্বাস-প্ৰস্বাস জনিত সমস্যাৰ ভুগি থকা দিলীপ কুমাৰক ২৯ জুনত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় অভিনেতাগৰাকীৰ।
তেওঁৰ মৃত্যুত কেৱল বলীউডেই নহয়, তেওঁৰ অনুৰাগীসকলো আৱেগিগ হৈ পৰিছে।
Read Next
Assam
এপ্ৰিল 11, 2025
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল…
Assam
এপ্ৰিল 8, 2025
ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত অসম সন্তান !
Assam
ফেব্ৰুৱাৰী 24, 2025
মাজত মাত্ৰ আৰু কেইটামান ক্ষণ বাকী… সৰুসজাইত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান
leatest update
জানুৱাৰী 31, 2025
MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট
Assam
জানুৱাৰী 29, 2025
প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি….
দিল্লী
জানুৱাৰী 26, 2025
আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

অসমলৈ গৌৰৱ… ISROত প্ৰশিক্ষণৰ সুবিধা পালে লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী চানভি শৰ্মাই
এপ্ৰিল 11, 2025
ফুল ফুলক বা নুফুলক বসন্ত আহিবই….নাহৰৰ পাতত পৰি কুলীয়ে বিনাইছে। চৌদিশে ব’হাগ-ব’হাগ গোন্ধ।
এপ্ৰিল 11, 2025
হিতেশৰ সৈতে সংসাৰ গঢ়াৰ মন নেকি মেৰী কমৰ! কোন এই হিতেশ চৌধুৰী?
এপ্ৰিল 11, 2025
‘ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব পানী’ : মৃগেন শৰণীয়া