প্ৰতিবেশী চীনে চমক সৃষ্টি কৰি ন ন প্ৰযুক্তিৰে ইটোৰ পিচত সিটোকৈ কৰি গৈছে নিৰ্মাণ কাৰ্য৷ এইবাৰ ৰঙাচীনে মিত্ৰ দেশ পাকিস্তানৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে এখন দীৰ্ঘতম উৰণীয়া সেতুঁৰ জৰিয়তে৷
কাৰাকোৰাম পৰ্বতমালাৰ মাজেৰে ১৩০০ কি:মি: দৈঘ্যৰ সেঁতুখন পাকিস্তানৰ সৈতে যুক্ত হৈছে৷ দুৰ্গম বৰফাবৃত পাহাৰ আৰু অৰণ্যৰ মাজেৰে ষ্টীলেৰে নিৰ্মাণ কৰা দীৰ্ঘতম সেতুখন সকলোৰে বাবে হৈ পৰিছে বিশেষ কেন্দ্ৰবিন্দু৷