অপৰাধঅসম

জঘন্য কাণ্ড! ২০ বছৰীয়া যুৱতী নিজৰ প্ৰেমিকৰ ধৰ্ষণৰ বলি।

প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ কৰি এৰি থৈ যায় প্ৰেমিকে

কলিয়াবৰৰ জঘন্য কাণ্ড। ২০ বছৰীয়া যুৱতী নিজৰ প্ৰেমিকৰ ধৰ্ষণৰ বলি।

প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ কৰি এৰি থৈ যায় ইক্ৰামূল হক নামৰ যুৱকে।

দলগাঁৱৰ পৰা প্ৰেমিকাকক টেম্পুত উঠাই পলুৱাই নিয়ে প্ৰেমিক ইক্ৰামূলে। বৰঘূলীত নিশা ধৰ্ষণ কৰি প্ৰেমিকাক এৰি থৈ যায় ইক্ৰামূলে।

ধৰ্ষণ কৰি এৰি থৈ যোৱাৰ অভিযোগত ইতিমধ্যে কলিয়াবৰ আৰক্ষীয়ে প্ৰেমিক ইক্ৰামুল হকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Check Also
Close
Back to top button