উৎসৱদৈনিক বাতৰি

এশ এবিধ শাকৰ ব্যঞ্জনেৰে আপোনাক আপ্যায়ন কৰিবলৈ সাজু বোকাখাতৰ দুই যৱক

এশ এবিধ শাকৰ ব্যঞ্জনেৰে আপোনাক আপ্যায়ন কৰিবলৈ সাজু বোকাখাতৰ দুই যৱক

আজি গৰু বিহু। অসমীয়া সমাজ জীৱনত আজি এশ এবিধ শাকেৰে ব্যঞ্জন খোৱাৰ পৰম্পৰা। যদি আপুনি ভোজন বিলাসী তেনেহলে বোকাখাতলৈ আহক।

এশ এবিধ শাকৰ ব্যঞ্জনেৰে আপোনাক আপ্যায়ন কৰিবলৈ সাজু বোকাখাতৰ দুই যৱক। বোকাখাতৰ কুশল গগৈ আৰু ভৈৰৱ গগৈ নামৰ দুই ভাতৃয়ে “হোটেল ৰহেদৈ”ত ব্যতিক্ৰমী প্ৰচেষ্টাৰে গৰু বিহুৰ দিনা এশ এবিধ শাকৰ ব্যঞ্জনেৰে পৰম্পৰা ৰক্ষা কৰি এসাজ খোৱাবলৈ প্ৰচেষ্টা লৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button