অসমখেল

অসমৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ লাভলীনা বৰগোহাঁই

ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে

লাভলীনা বৰগোহাঁইক নিযুক্তি দিয়া হ’ল অসমৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ।
এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। তেওঁ কয় যে- লাভলীনা বৰগোঁহাইয়ে শিক্ষাক আগুৱাই নিয়াত সহায় কৰিব। বিশেষকৈ লাভলীনাই শিক্ষাৰ ক্ষেত্ৰত নাৰীসকলক অনুপ্ৰাণিত কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

nineteen − four =

Back to top button