Covid-19অসমভাৰত

স্বাধীনতা দিৱসত উত্তৰ পূবৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ মোডীৰ

বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়ে জনাই মোডীয়ে

আজি স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পতাকা উত্তোলনৰ পাছতে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ।

সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, মহামাৰীৰ বিৰুদ্ধে সাহসেৰে যুজিছে দেশে। লগতে প্ৰতিজন নাগৰিকক সম অধিকাৰৰ প্ৰতিজ্ঞা প্ৰধানমন্ত্ৰীগৰাকীৰ।

বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়েও জনাই মোডীয়ে। পৰিশ্ৰম আৰু সাহসে নতুন ভাৰতৰ সন্ধান দিব।

উত্তৰ পূবৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও উল্লেখ মোডীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.