অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উজনিত ব্যাপক ৰূপত আলফা(স্বাঃ)ত সদস্যভৰ্তি অভিযান, অভিযানত ৩ যুৱকক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে

উজনিত ব্যাপক ৰূপত আলফা(স্বাঃ)ত সদস্যভৰ্তি অভিযান

তিনিচুকীয়াত আলফা বিৰোধী অভিযান তীব্ৰতৰ আৰক্ষীৰ

অভিযানত ৩ যুৱকক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে

পেঙেৰীত সুৰজিত গগৈক নিশা আটক সেনা-আৰক্ষীৰ

সুৰজিত গগৈৰ জেৰাৰ অন্তত পোহৰলৈ ভয়ংকৰ তথ্য

অভিজিৎ গগৈ ওৰফে আইচেং অসমৰ নেতৃত্বত সদস্যভৰ্তি অভিযান

আইচেং অসমৰ নিৰ্দেশমৰ্মে সুৰজিতে চলাইছিল প্ৰস্তুতি

সুৰজিত গগৈসহ আটক সুশাংক ৰাজখোৱা আৰু জুমন বৰাক

আইচেঙৰ নেতৃত্বত আলফা(স্বাঃ)লৈ যাবলৈ সাজু ২০ৰো অধিক যুৱক

আৰক্ষীৰ হাতত পৰিছে আলফা (স্বাঃ)মুখী যুৱকৰ দীঘলীয়া তালিকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 10 =

Back to top button