অভিনয়অসমগুৱাহাটীমনোৰঞ্জনশিল্পীসংগীতসংস্কৃতি

আজি ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীৰ বিবাহবাৰ্ষিকী… সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

বিবাহ বাৰ্ষিকীৰ দিনটোত ভৃগু কাশ্যপে পত্নী প্ৰিয়ম পল্লৱীক ছচিয়েল মিডিয়াযোগেও জনাইছে শুভেচ্ছা

আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ বিবাহ বাৰ্ষিকী।

সুখেৰে বৈবাহিক জীৱনৰ দুটা বছৰ পাৰ কৰিলে ভৃগু আৰু প্ৰিয়ম পল্লৱীয়ে।

বিবাহ বাৰ্ষিকীৰ দিনটোত ভৃগু কাশ্যপে পত্নী প্ৰিয়ম পল্লৱীক ছচিয়েল মিডিয়াযোগেও জনাইছে শুভেচ্ছা।

দুয়োৰে এখন সুন্দৰ ফটো শ্বেয়াৰ কৰি ভৃগু কাশ্যপে লিখিছে – ‘দুটা বছৰ সুখেৰে। প্ৰথম শব্দটো সলনি হওক, বাকীবোৰ একেই থাকিবলৈ আপোনালোকৰ আশীৰ্বাদ লাগিব। Happy 2nd Anniversary Munu’৸।

ইফালে, প্ৰিয়ম পল্লৱীয়েও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বিবাহবাৰ্ষিকী উপলক্ষে শ্বেয়াৰ কৰিছে এখন ফটো। বিবাহবাৰ্ষিকীৰ কেকৰ সৈতে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ফটো।

দুয়োকে বিবাহবাৰ্ষিকীৰ শুভেচ্ছা জনাইছে অনুৰাগী আৰু শুভাকাংক্ষীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button