AssamSocialViralঅসমদুৰ্ঘটনা

পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

দুৰ্ঘটনাত মৃ/ত্যু ৩ গৰাকীকৈ মহিলাৰ

পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩ গৰাকী মহিলায়ে মৃ/ত্যুক আকোঁৱালি ল’ব লগা হয়।

এইবাৰ বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ NN 240 গেটৰ সমীপত এই অঘটন সংঘটিত হৈছে।মৃ/ত্যু হোৱা মহিলাকেইগৰাকীৰ ঘৰ বকোৰ ২ নং ছাটাবাৰীত।

জানিব পৰা মতে প্ৰাতঃভ্ৰমণলৈ যোৱা সময়ত সেই স্থানেৰে একে সময়তে অতিক্ৰম কৰিছিল দুখন ৰে’ল আৰু গুৱাহাটী অভিমুখী ৰে’লখনে পিছ দিশৰ পৰা খুন্দা মাৰে তিনিওগৰাকী মহিলাক। যাৰ ফলত নিমিষতে ছিন্ন-ভিন্ন হয় মহিলা তিনিওগৰাকীৰ দে/হ।

কেৱল ইমানেই নহয় বৰ্তমানলৈ সেই স্থানত ২০ গৰাকীকৈ পুৰুষ-মহিলাৰ ৰে’লৰ খুন্দাত মৃ/ত্যু হৈছে বুলি জানিব পৰা গৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + three =

Back to top button