অসমগুৱাহাটীদৈনিক বাতৰি
কণ্ঠশিল্পী তথা অধিবক্তা ঋষিৰাজ শৰ্মাৰ মৃত্যু
কণ্ঠশিল্পী তথা অধিবক্তা ঋষিৰাজ শৰ্মাৰ মৃত্যু
কণ্ঠশিল্পী তথা অধিবক্তা ঋষিৰাজ শৰ্মাৰ মৃত্যু
GMCHত শেষনিশ্বাস ত্যাগ ঋষিৰাজ শৰ্মাৰ
কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা-দিলীপ শৰ্মাৰ পুত্ৰ ঋষিৰাজ
কিছুদিন পূৰ্বে কলকাতাৰ পৰা আহিছিল গুৱাহাটীলৈ
পুনৰ অসুস্থ হোৱাত ভৰ্তি কৰোৱা হৈছিল GMCHত
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ভাগিনীয়েক আছিল ঋষি