অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

এক লজ্জাজনক ঘটনা! মাজুলীত বহিঃ ৰাজ্যৰ যুৱতীক ধৰ্ষণৰ অপচেষ্টা

মানৱ সমাজক লজ্জানত কৰা ঘটনা... মাজুলীলৈ ফুৰিবলৈ আহিছিল হায়দৰাবাদৰ যুৱতীগৰাকী...

এক লজ্জাজনক ঘটনা! মাজুলীত বহিঃ ৰাজ্যৰ যুৱতীক ধৰ্ষণৰ অপচেষ্টা

মাজুলীলৈ ফুৰিবলৈ আহিছিল হায়দৰাবাদৰ যুৱতীগৰাকী

মাজুলী অফলামুখ ফেৰীঘাটৰ সমীপত এই ঘটনা

ফেৰীঘাটৰ সমীপৰ এডৰা হাবিত ধৰ্ষণৰ চেষ্টা

যুৱতীগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট

৩ যুৱকৰ প্ৰচেষ্টাত উদ্ধাৰ কৰে বনগাঁও আৰক্ষীয়ে

দুষ্কাৰ্য সংঘটিত কৰা লম্পটৰ পলায়ন

যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button