Assamleatest updateSocial Networkunivers

প্ৰজ্ঞানে তুলিলে বিক্ৰমৰ প্ৰথমখন ফটো।

ISROয়ে টুইটাৰত ফটোখন শ্বেয়াৰ কৰি লিখিছে, Smile, please📸!

চন্দ্ৰৰ দক্ষিণ মেৰুত ব্যস্ত ৰ’ভাৰ প্ৰজ্ঞান। ইতিমধ্যে দক্ষিণ মেৰুৰ পৰা প্ৰজ্ঞানে পৃথিৱীলৈ বহুতো ফ’টো/তথ্য প্ৰেৰণ কৰিছে। ইয়াৰ মাজতে আজি পুৱা ৰ’ভাৰ প্ৰজ্ঞানে প্ৰথমখন ফটো তুলিলে বিক্ৰম লেণ্ডাৰৰ। ISROয়ে নিজৰ টুইটাৰত এই ফটোখন শ্বেয়াৰ কৰিছে। ইছৰোৱে টুইটত লিখিছে, Smile, please📸!

এই ফটো ৰ’ভাৰে নেভিগেচন কেমেৰাৰে (NavCam) লৈছে। চন্দ্ৰযান–৩ মিছনৰ বাবে নেভকেমক লেব’ৰেটৰী ফৰ ইলেকট্ৰ’–অপ্টিক্স ছিষ্টেম (LEOS)–এ বনাইছে। প্ৰজ্ঞান ৰ’ভাৰত এফালে দুটা নেভকেম সংলগ্ন কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button