CrimeViral

স্বাধীনতা দিৱস উদযাপনৰ আনন্দৰ সময়চোৱাতেই আকাশত শুনিবলৈ পোৱা গ’ল কেৱল গু*লী*চাল*না

ঘটনাত মৃ*ত্যু তিনিজনৰ

স্বাধীনতা দিৱস উদযাপনৰ আনন্দৰ সময়চোৱাতেই আকাশত শুনিবলৈ পোৱা গ’ল কেৱল গু*লী*চাল*না।পাকিস্তানৰ কৰাচীত হোৱা এই ঘটনাত এজন জ্যেষ্ঠ নাগৰিক আৰু এগৰাকী ৮ বছৰীয়া কণমানিকে ধৰি তিনিজন লোক মৃ*ত্যু হৈছে বুলি জানিব পৰা গৈছে।আনহাতে উক্ত ঘটনাটোত প্ৰায় ৬০ জনৰো অধিক লোক আহত হৈছে । ইয়াক উপৰিও মৃ*ত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। এই ঘটনাক গৰিহণা দি বিপজ্জনক আখ্যা দিয়া হয় লগতে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি গু*লী*চা*লনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে আৰক্ষীয়ে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button