অসমদৈনিক বাতৰি

যোৰাবাটত পুনৰ জব্দ দুখন গোভৰ্তি বাহন, অভিযানত উদ্ধাৰ ৩১টা গো-ধন

যোৰাবাটত পুনৰ জব্দ দুখন গোভৰ্তি বাহন, অভিযানত উদ্ধাৰ ৩১টা গো-ধন

যোৰাবাটত পুনৰ জব্দ দুখন গোভৰ্তি বাহন

অভিযানত উদ্ধাৰ ৩১টা গো-ধন

আটক ৫ গো সৰবৰাহকাৰীক

নুমলীগড়ৰ পৰা মেঘালয়লৈ সৰবৰাহৰ চেষ্টা

তামোলৰ বাকলিৰে ঢাকি আনিছিল গোধনকেইটা

আটক দিলদাৰ হুছেইন, ফৰিদুল ইছলাম, জালালুদ্দিন

গুলজাৰ হুছেইন, মুজাম্মিল হককো আটক আৰক্ষীৰ

জব্দকৃত বাহনৰ নম্বৰ AS-01NC-4008, AS-12CC-1734

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button