AssamInternationalleatest update

২৪ঘন্টাত মহানগৰীত দুটাকৈ মৃতদেহ উদ্ধাৰ; মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

মহানগৰীৰ ক'ত ক'ত উদ্ধাৰ হ'ল মৃতদেহ।

মহানগৰীৰ চানমাৰিত চাঞ্চল্যকৰ ঘটনা
বস্তাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদহে
মৃতকৰ শৰীৰত আঘাতৰ চিন স্পষ্ট
ডিঙিত চোকা অস্ত্ৰৰে কটা চিন
নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ
ঘটনাস্থলীত উপস্থিত আৰক্ষী, CID
স্নিফাৰ ড’গৰ সহায়ত আৰক্ষীয়ে চলাইছে অভিযান
দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে খুলিলে বস্তা

মহানগৰীৰ উজান বজাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ
শিৱৰাম পথত এখন অটোৰ পৰা উদ্ধাৰ মৃতদেহটো
মৃত যুৱকজনৰ নাম ৰূপম দাস
ড্ৰাগ্ছ আসক্ত আছিল যুৱকজন
ৰিহেব চেণ্টাৰত ৰখা হৈছিল ৰূপমক
পূজাৰ সময়ত ঘৰলৈ আহিছিল যুৱকজন
শুকুৰবাৰৰ বিয়লি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল ৰূপম
ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে উজান বজাৰ অঞ্চলত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − seven =

Back to top button