সৰভোগত ভয়ংকৰ পথ দূৰ্ঘটনা। থিতাতে নিহত এজন লোক।
এখন মাৰোতী বাহন আৰু বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ বান্দৰ খোৱাত সংঘটিত হৈছে এই ঘটনা।
সৰভোগ অভিমুখে গৈ থকা অৱস্থাত মাৰোতী বাহনখনে মহুতীয়াই নিয়ে বাইকখনক।
নিহত বাইক আৰোহীজন শাহাপুৰ গাঁৱৰ চিৰাজুল পাৰমানিক বুলি জানিব পৰা গৈছে। চিৰাজুল পাৰমানিক মাছৰ ব্যৱসায়িক ৰাতিপূৱা মাছ আনিবলৈ উলাওতেই সংঘটিত হয় এই ঘটনা।
Read Next
এপ্ৰিল 13, 2026
বৰদৈচিলাৰ হাতত ধৰি নামিছে ব’হাগ, হেঁপাহবোৰক খুন্দিয়াইছে জুবিন নামৰ এটি উশাহে…
এপ্ৰিল 10, 2026
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, শীৰ্ষত কোন? সবিশেষ…
এপ্ৰিল 8, 2026
গণতন্ত্ৰৰ মহোৎসৱ নিৰ্বাচন, আপোনাৰ বহুমূলীয়া ভোটেই ল’ব নিৰ্ণায়ক সিদ্ধান্ত
এপ্ৰিল 8, 2026
কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোট দিবলৈ যাওঁতে কি কি নথি লগত নিব লাগিব?
এপ্ৰিল 6, 2026
লাগে মহিলা হিতাধিকাৰী, নালাগে জনপ্ৰতিনিধি! নিৰ্বাচনী সভাত ট্ৰে ধৰাতে শেষ নেকি নাৰীৰ দায়িত্ব? সবিশেষ…
এপ্ৰিল 3, 2026
নাওবৈচাত চলন্ত ৰে’লত নিজ কন্যাৰ সৈতে ভয়ং\কৰ কাণ্ড পিতৃৰ…
এপ্ৰিল 1, 2026
নিৰ্বাচন সমাগত, ৰাজ্যত কিয় হ্ৰাস পাইছে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা?
মাৰ্চ 31, 2026
সময়ৰ অভাৱ! ৩ দিন ধৰি গা ধোৱা নাই ৰূপজ্যোতি কুৰ্মীয়ে…
মাৰ্চ 30, 2026
নিৰ্বাচনক লৈ উখল-মাখল ৰাজ্য: আজি ক’ত ক’ত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে?
মাৰ্চ 11, 2026
