Food

খাদ্য

কি কি খাদ্যসম্ভাৰ আছে আজিৰ কেবিনেট বৈঠকত?

আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনা। ‘কেবিনেট বৈঠকত নচলিব মহাভোজ’। সাধাৰণভাৱে গ্ৰহণ কৰিব আহাৰ। খাদ্যৰ…

Read More »
মনোৰঞ্জন

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ব্যতিক্ৰমী বিবাহ! প্ৰযুক্তিৰ সম্পুৰ্ণ ব্যৱহাৰ হৈছে বিবাহখনত

পশ্চিম বংগৰ এখন ব্যতিক্ৰমী বিবাহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক’ভিড নিয়ম অমান্য নকৰাকৈয়ে ৪৫০গৰাকী অতিথিক আতিথ্য কৰিবলৈ সাজু হৈছে…

Read More »
উৎসৱ

ভোগালীৰ ৰং বিমান বন্দৰতো

আকৌ আহিল অসমীয়া বাপুতি সাহোন ভোগালী বিহু। ৰাজ্যবাসীৰ লগতে বিমান বন্দৰতো ভোগালীৰ ৰং ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ…

Read More »
উৎসৱ

বকোত নিৰ্মান হ’ল বৃহৎ আকাৰৰ তাজমহল!

পদূলিমুখত হেঁপাহৰ ভোগালী বিহু। চেনেহৰ ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ -উদ্দীপনা৷ ব্যস্ততাৰ যেন অন্ত নাই গাঁৱৰ জীয়ৰী-বোৱাৰীৰ মাজত৷ পিঠা-পনাৰ প্ৰস্তুতিৰ…

Read More »
Covid-19

ক’ভিডৰ দ্ৰুত সংক্ৰমণেও কমাব পৰা নাই অসমীয়াৰ ভোগালীৰ প্ৰস্তুতি!

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ প্ৰস্তুতি। ক’ভিডৰ দ্ৰুত সংক্ৰমণেও কমাব পৰা নাই অসমীয়াৰ হিয়াৰ আমঠু ভোগালী উদযাপনৰ প্ৰস্তুতি। ভিন্ন প্ৰান্তত বিভিন্ন…

Read More »
অসম

সুস্বাদু খাদ্য সম্ভাৰেৰে চহকী অসম, ভোগালীৰ খাদ্যৰো আছে বহু গুণাগুণ…

ঢেঁকীৰ গুমগুমনিত মুখৰিত ৰাজ্য। অসমীয়াৰ হেঁপাহৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন। পিঠা-পনা, লাড়ু, আখৈ, চিৰাৰে ভৰিছে গাঁও-ভূঁই, নগৰ-চহৰৰ বজাৰ…

Read More »
অপৰাধ

মহানগৰীত স্বাস্থ্য আৰু খাদ্য সুৰক্ষা বিভাগৰ অভিযান! পোহৰলৈ আহিছে নথি পত্রৰ বিসংগতি

◾ মহানগৰীত স্বাস্থ্য আৰু খাদ্য সুৰক্ষা বিভাগৰ অভিযান ◾ ভৰলুমুখ, শান্তিপুৰ আৰু উজানবজাৰত এই অভিযান ◾ অস্বাস্থ্যকৰ পৰিৱেশৰ বিৰুদ্ধে এই…

Read More »
খাদ্য

পৰম্পৰাগত ন-খোৱা উৎসৱ! পৰম্পৰাগত থলুৱা খাদ্য-সম্ভাৰেৰে গাঁৱৰ সকলোৱে খালে এসাঁজ

অসমীয়া সমাজে ধান চপোৱাৰ লগে লগে পালন কৰে ন-খোৱা উৎসৱ। পৰম্পৰা অনুসৰি গঞা ৰাইজে একেলগে সমূহীয়াকৈ এসাঁজ লগে-ভাগে আহাৰ গ্ৰহণ…

Read More »
স্বাস্থ্য

KFCৰ খাদ্য ভাল পায় নেকি? তেন্তে এই কথা জনাৰ পাছত আপোনাৰ তিক্ততা আহিব KFCৰ প্ৰতি

মাংস খাই ভাল পোৱা লোকে KFC বুলিলে ৰবই নোৱাৰে। কিন্তু এগৰাকী মহিলাই মনপচন্দৰ KFCৰ পৰা চিকেন অৰ্ডাৰ কৰি তিক্ত অভিজ্ঞতাৰ…

Read More »
আফগানিস্তান

এমুঠি অন্নৰ বাবে বিক্রী নিজ সন্তানক! ক’ত, কিয়?

এমুঠি অন্নৰ বাবে হাহাৰাৰ কৰিছে এতিয়া আফগানিস্তানে। খাদ্যৰ বাবে আফগানিস্তানত নিজ শিশুক বিক্রী কৰিবলগীয়া হৈছে বহু পৰিয়ালে৷ শেহতীয়া এক তথ্য…

Read More »
Back to top button