Socialঅসমদৈনিক বাতৰিৰাষ্ট্ৰীয় সুৰক্ষা

আৰক্ষী আৰু সেনাবাহিনীত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াবলৈ সাজু শতাধিক যুৱক-যুৱতী

  যুৱক-যুৱতীসকলৰ আশা এটাই, স্বচ্ছ আৰু নিকা হওঁক ইন্টাৰভিউ প্ৰক্ৰিয়া

আৰক্ষী আৰু সেনাবাহিনীত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াবলৈ সাজু হৈছে শতাধিক যুৱক-যুৱতী।

আৰক্ষী আৰু সেনাবাহিনীত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে কামপুৰৰ শতাধিক যুৱক-যুৱতীয়ে। কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত দৈনিক কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে শিক্ষিত যুৱক-যুৱতী সকল।

কামপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱা পাঁচ বজাত আহি খেল পথাৰত উপস্থিত হয় যুৱক-যুৱতীসকল। উদ্দেশ্য এটাই, আৰক্ষী আৰু সেনা বাহিনীত নিয়োজিত হৈ দেশমাতৃৰ বাবে সেৱা আগবঢ়োৱা। যুৱক-যুৱতীসকলক প্ৰতিদিনে অনুশীলনত সহায় কৰিছে ৰাজ্যিক ভলীবল খেলুৱৈ তথা যুৱ ব্যৱসায়ী ৰিটুমণি বৰাই।

যুৱক-যুৱতীসকলৰ আশা এটাই, স্বচ্ছ আৰু নিকা হওঁক ইন্টাৰভিউ প্ৰক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button